দোপ্ক দোপ্ দোপ্... কিহৰ শব্দ? জোনাকীয়ে কাণ থিয় কৰি বহি ৰ’ল বিছনাতে। আজিও আহিল নেকি? বিছনাখন কেৰমেৰাই উঠিল। কাষতে ইখন বিছনাত শুই থকা সৰুপোনাই বাগৰ সলালে। খুব সাৱধানে জোনাকী বিছনাত উঠিল। তথাপি বিছনাখন যেন কিবা অচিন বিষত কেঁকাই উঠিল। সৰুপোনাই টোপনিতে আকৌ এবাৰ বাগৰ সলালে। জোনাকীৰ নিজকে দোষী দোষী ভাব হ’ল! লৰচৰ নকৰি তাই য’তে আছিল ত’তে বহি ৰ’ল। পদূলি মুখত কুকুৰ দুটামানে ৰাউচি জুৰিছে। নঙলাকেইডাল জোৰেৰে টান মাৰি খোলাৰ শব্দ হ’ল। দোপ্ দোপ্... শব্দবোৰ বাঢ়ি গৈ আছে, লগে লগে জোনাকীৰ বুকুৰ ধপধপনিবোৰো বাঢ়ি গৈ আছে। আন্ধাৰতে আহি শব্দবোৰ যেন জোনাকীৰ বাৰাণ্ডাতে আহি থমকি ৰ’ল।
সবিশেষ: দুৱাৰকাকোৱে হেৰুৱাব নুখুজিলেও হেৰাই যায়
আচলতে ভালপোৱাই কাকো ধৰি ৰাখিব নোৱাৰে
ভালপোৱাৰ প্ৰতি কিবা আকৰ্ষণ থাকিলে
নিজেই ৰৈ যায়
কোনে জানে......
কোনে জানে কোনোবাদিন আকাশৰ সীমাহীন ভালপোৱা দেও দি
হেৰাই যাব পাৰে ইয়াৰ নীলাখিনি......
*************************************************
‘স্পন্দন...শব্দৰ পৰা হৃদয়লৈ’ কবিতা বা সাহিত্য কৰ্ষণৰ মুকলি মঞ্চ ৷ ফেচবুকত এনেধৰণৰ মঞ্চ এখন সহজতে উপলব্ধ হোৱা হেতু বিশেষকৈ ন-লিখাৰু তথা শিকাৰুসকলে মুকলিভাৱে নিঃসংকোচে মনলৈ অহা ভাব-অনুভূতিবোৰক কবিতাৰ ৰূপ দিবলৈ মনত সাহস গোটাব পাৰিছে ৷ যান্ত্ৰিকযুগৰ ধামখুমীয়াৰ মাজতো এজাক-তৰুণ তৰুণীৰ এনে প্ৰচেষ্টা নিঃসন্দেহে ইতিবাচক বুলিয়েই ক’ব লাগিব ৷
সবিশেষ: স্পন্দন![]()
দ্বিতীয় বছৰ, ৭ম সংখ্যা,
মাৰ্চ ২০১৩
ইয়াত কিছুমান বৰ্ননা থাকিব, স্পন্দনৰ বিষয়ে লিখা থাকিব।
ইয়াত কিছুমান বৰ্ননা থাকিব, স্পন্দনৰ বিষয়ে লিখা থাকিব।
ইয়াত কিছুমান বৰ্ননা থাকিব, স্পন্দনৰ বিষয়ে লিখা থাকিব।
বা মেনু দিব পৰা যায়
ইয়াত কিছুমান বৰ্ননা থাকিব,
স্পন্দনৰ বিষয়ে লিখা থাকিব।
ইয়াত কিছুমান বৰ্ননা থাকিব,
স্পন্দনৰ বিষয়ে লিখা থাকিব।
ইয়াত কিছুমান বৰ্ননা থাকিব, স্পন্দনৰ বিষয়ে লিখা থাকিব।
বা মেনু দিব পৰা যায়